আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

world

অভিলেখ গঢ়িলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…….

বিশ্বৰ সকলো নেতাতকৈ জনপ্ৰিয় নেতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুনৰ প্ৰকাশ কৰা হ'ল বিশ্বৰ জনপ্ৰিয়তা নেতাসকলৰ তালিকা। ৭৫ শতাংশৰে বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতাৰ শীৰ্ষত স্থান দখল প্ৰধানমন্ত্ৰী মোদীৰ নাম। …

পুনৰ খেল পথাৰত নামিব গৌতম গম্ভীৰ……

পুনৰ ক্ৰিকেটৰ খেলপথাৰত দেখা পোৱা যাব প্ৰাক্তন ভাৰতীয় বেটচমেন গৌতম গম্ভীৰক। লিজেণ্ড ক্ৰিকেট লীগৰ দ্বিতীয় সংস্কৰণত হাতত বেটলৈ খেলপথাৰত নামিব বিশ্বকাপ জয়ী বাওঁহতীয়া বেটচমেনজন। ২০ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগা লিজেণ্ডছ…

চিন্তিত মমতা, অৰবিন্দ! বিশ্বৰ ১০ প্ৰদূষিত মহানগৰীৰ তালিকাত ভাৰতৰ দিল্লী আৰু কলকাতা…

ক্ৰমাৎ বৃ্দ্ধি পাইছে পৰিৱেশ প্ৰদূষণ।আমেৰিকাৰ হেলথ এফেক্ট ইনষ্টিটিউটে চলোৱা এক সমীক্ষাত ওলাইছে ভয়ংকৰ তথ্য। উক্ত তথ্য অনুসৰি বিশ্বৰ বিভিন্ন মহানগৰৰ লগতে ব্যাপক হাৰত প্ৰদূষণ বৃদ্ধি পাইছে ভাৰতৰ ৰাজধানী দিল্লী আৰু কলকাতা মহানগৰীত। বিশ্বৰ…

মহাকাশ ষ্টাৰ্টআপৰ সফলতাৰ বাবে প্ৰয়োজন আইপিআৰৰ স্পষ্টতাৰ

চৰকাৰে নতুন মহাকাশ নীতি উন্মোচনৰ বাবে চলাই থকা প্ৰস্তুতিৰ সময়তে মহাকাশ খণ্ডত থকা ষ্টাৰ্টআপসমূহৰ সফলতাৰ বাবে উদ্যোগী নেতাই সদৰি কৰে যে বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ ওপৰত স্পষ্টতা অতি গুৰুত্বপূৰ্ণ । উদীয়মান এই খণ্ডত ব্যৱসায়ৰ ওপৰত…

পুণৰ পাৰমাণৱিক আক্ৰমণৰ ভাবুকি উত্তৰ কোৰিয়াৰ

উত্তৰ কোৰিয়াই আমেৰিকা আৰু দক্ষিণ কোৰিয়াক পুণৰ পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণ কৰাৰ ভাবুকি দিছে। আমেৰিকাৰ সৈতে যিকোনো ধৰণৰ সামৰিক বিবাদত লিপ্ত হ'বলৈ দেশখন সম্পূৰ্ণ সষ্টম। এই কথা সদৰি কৰে দেশখনৰ শাসক কিম জং উনে। কোৰিয়া যুদ্ধৰ ৬৯ সংখ্যক…

জৰুৰীকালীন অৱস্থা ঘোষণা WHO ৰ

মাংকি পক্সৰ প্ৰাদুৰ্ভাৱক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন অৱস্থা ঘোষণা। জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত জৰুৰী বৈঠকত ইতিমধ্যে ৭৫ খনতকৈও অধিক দেশলৈ সম্প্ৰসাৰিত হোৱা প্ৰেক্ষাপটত মাংকি পক্সলৈ স্বাস্থ্য জৰুৰী…

পৃথিৱী জ্বলিছে, তাপমাত্রাৰ মানচিত্ৰ দেখি হতবাক বিশ্ববাসী

পৃথিৱীৰ মহাদেশ ইউৰোপ, উত্তৰ আফ্ৰিকা, মধ্য প্ৰাচ্য আৰু লগতে এছিয়াৰ বহু কেইখন দেশৰ বাবে জুন আৰু জুলাই মাহ দুটা হৈ পৰিছে অত্যন্ত কষ্টদায়ক । পাৰা অতিক্ৰম কৰিছে ৪০ ডিগ্ৰী চেলচিয়াছ লৈ। লগতে ভংগ হৈছে বহু বছৰৰ ৰেকৰ্ড । ১৩ জুলাই, ২০২২ তাৰিখে…

বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথমখন ৰঙীণ ফটো মুকলি কৰিলে NASA ই

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই বিশ্বৰ সবাতোকৈ ডাঙৰ আৰু শক্তিশালী জেমছ ৱেব স্পেচ টেলিস্কোপৰ জৰিয়তে পূৰ্বে কেতিয়াও নেদেখা গেলক্সিৰ প্ৰথমখন ৰঙীণ ছবি প্ৰদৰ্শন কৰিছে। প্ৰথমবাৰৰ বাবে এই ফটো খন প্ৰত্যক্ষ কৰে ৰাষ্ট্ৰপতি জো বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি…

বিশ্বৰ সবাতোকৈ পুৰণি আৰু বিশাল বৃক্ষ লৈ বিপদঘণ্টা

বিধ্বংসী বনজুইৰ কবলত পৰিছে আমেৰিকাৰ কেলিফ'ৰ্ণিয়াত অৱস্থিত য়ুছেমেটি ৰাষ্ট্ৰীয় উদ্যান। ইতিমধ্যে যোৱা ২৪ ঘন্টাত উদ্যানখনৰ ১,৫৯১ একৰ অঞ্চল জ্বলি ছাৰখাৰ হৈ পৰিছে। এই বনাঞ্চল খনতে আছে বিশ্বৰ সবাতোকৈ পুৰণি আৰু বিশাল মেহগনি গছৰ হাবি। যোৱা ৭…

পৃথিৱীৰ পৰা লহৰি আহিছে এটা ধুমকেতু, চন্দ্ৰত মাৰিব প্ৰচণ্ড খুন্দা

পৃথিৱীৰ ফালে লহৰি আহিছে এটা ধুমকেতু তাৰ পাছতে চন্দ্ৰৰ ফালে দিশ ল’ব এটা বৃহৎ ধুমকেতুই। ধুমকেতুটোৰ নাম C / 2017 K2 বুলি জনাইছে কৰ্তৃপক্ষই। অতি তীব্ৰ বেগেৰে পৃথিৱীৰ ফালে লহৰি আহিছে ধুমকেতুটো। এই ধুমকেতুটোৰ বিষয় , ২০১৭ চনতে প্ৰথমবাৰৰ বাবে…