আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

UP

সমাজবাদী পাৰ্টীৰ পিতৃপুৰুষ মুলায়ম সিং যাদৱৰ মৃত্যু

আজি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ পিতৃপুৰুষ মুলায়ম সিং যাদৱৰ ৮২ বছৰ বয়সত মৃত্যু হয় । উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ (এছপি) নেতা মুলায়ম সিং যাদৱে আজি (১০ অক্টোবৰ) পুৱা ৮:১৬ বজাত…

উত্তৰ প্ৰদেশত গুলীবিদ্ধ দুজনকৈ সাংবাদিক

উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাৰ ৰায়পুৰ আৰক্ষী চকীৰ অধীনৰ এঠাইত এখন ৰেস্তোৰাঁত সন্ধিয়া চাহ খাই থকা সময়তে হিন্দী বাতৰি কাকতৰ দুগৰাকী সাংবাদিক বাইকত অহা দুটা অচিনাক্ত দুৰ্বৃত্তৰ গুলীত আহত হয়। আহত সাংবাদিক শ্যামসুন্দৰ পাণ্ডে আৰু লাড্ডু পাণ্ডেক…

মহম্মদ জুবেৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ

বিগত বৰ্ষৰ চেপ্তেম্বৰত ৰুজু হোৱা এটা গোচৰ সন্দৰ্ভত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰি আদালতে অল্ট -নিউজৰ সহ-প্ৰতিষ্ঠাতা মহম্মদ জুবেৰক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আদালতে অহা ১৩ জুলাইত জুবেৰৰ জামিনৰ বাবে শুনানি গ্ৰহণ কৰিব। সম্প্ৰতি সীতাপুৰ…