আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

ukraine

এইবাৰ ৰাছিয়াৰ বিৰূদ্ধে থিয় দিলে ভাৰতে…….

ৰাছিয়াই ধ্বংসস্তুপ ত পৰিণত কৰা ইউক্ৰেনে ৩১ তম স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে ইউক্ৰেইনৰ পক্ষত ভাৰত থিয় দিছে। প্ৰায় ছমাহ জোৰা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মীমাংস সন্দৰ্ভত ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদত ১৫ জনীয়া সদস্যৰে বৈঠক অনুষ্ঠিত হয়।…

ইউক্ৰেইনৰ ৯টা অঞ্চলত ৰাছিয়াৰ প্ৰচণ্ড বোমাবৰ্ষণ

ৰাছিয়াই বিগত ২৪ ঘণ্টাত ইউক্ৰেইনৰ ৯টা অঞ্চলত বোমা বৰ্ষণ কৰে। ইউক্ৰেইনৰ দক্ষিণ মাইকোলাভ মহানগৰতো এটা শক্তিশালী বিস্ফোৰণ হয় আৰু মহানগৰখনৰ কপি উঠে। দেশখনৰ বৃহত্তম পাৰমাণৱিক শক্তি প্ৰকলৈ আন এখন মহানগৰতো প্ৰচণ্ড বোমাবৰ্ষণ কৰা হয়।…

ৰাছিয়াৰ হৈ চোৰাংচোৱাগিৰি ইউক্ৰেইনৰ গুপ্তচৰ সংস্থাৰ

ৰাছিয়াৰ হৈ চোৰাংচোৱাগিৰি কৰি দেশদ্ৰোহত লিপ্ত হ'ল ইউক্ৰেইনৰ গুপ্তচৰ সংস্থাৰ মুৰব্বী প্ৰছিকিউটৰ জেনেৰেল। উক্ত অভিযোগত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে দেশখনৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বী প্ৰছিকিউটৰ জেনেৰেল ইৰিনা ভেনেডিক্টোভাক পদৰ পৰা…

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মন্তব্য ‘শ্ৰীলংকাৰ সংকটৰ বাবে দায়ী ৰাছিয়া’

শ্ৰীলংকাত উদ্ভৱ হোৱা সংকটৰ বাবে ৰাছিয়াক দোষাৰোপ কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। কাৰণ ইউক্ৰেইন আক্ৰমণৰ সময়ত ৰাছিয়াৰ কূটকৌশলৰ ফলতেই শ্ৰীলংকাই এই পৰিস্থিতিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপিত হৈছে। কাৰণ ইউক্ৰেইন আক্ৰমণৰ সময়ত ৰাছিয়াই…

পাঁচ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক বৰ্খাস্ত কৰিলে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলা যুদ্ধই ইতিমধ্যে ভৰি দিলে পঞ্চমটো মাহত । ২৪ ফেব্ৰুৱাৰীত মহা শক্তিশালী ৰাছিয়াই ৰাষ্ট্ৰখনক আক্ৰমণ কৰাৰ পাছৰে পৰা যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰিছে ইউক্ৰেইনক । যুদ্ধ হোৱাৰ প্ৰাক মুহূৰ্তত সম্ভাৱনীয়তাৰ চৰ্চাৰ সময়তে…