আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

success

দৰিদ্ৰতা নেওচি কলিয়াবৰৰ যুৱকৰ সফলতা

দৰিদ্ৰতা কেতিয়াওঁ শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হব নোৱাৰে! তাৰে প্ৰমাণ কৰিলে কলিয়াবৰ বৰঘুলীৰ এজন যুৱকে। যুৱক জনৰ নাম হজৰত আলি। অতিকৈ দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা হজৰত ৰ দেউতাক পেছাত এজন টেম্পো চালক