আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

russia

১০ সন্তান জন্ম দিলে পাব ১৩ লাখ টকা!!…..

বিশ্বৰ অন্যতম শক্তিশালী আৰু বিশাল দেশ ৰাছিয়াত জনসংখ্যা হ্ৰাসক লৈ উদ্বিগ্ন হৈছে দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। কৰোনা মহামাৰী আৰু বৰ্তমান চলি থকা ৰুছ ইউক্ৰেইনৰ যুদ্ধৰ বাবে দেশখনত জনসংখ্যা বৃদ্ধিৰ প্ৰয়োজনীয়তা উপলব্ধি…

ইউক্ৰেইনৰ ৯টা অঞ্চলত ৰাছিয়াৰ প্ৰচণ্ড বোমাবৰ্ষণ

ৰাছিয়াই বিগত ২৪ ঘণ্টাত ইউক্ৰেইনৰ ৯টা অঞ্চলত বোমা বৰ্ষণ কৰে। ইউক্ৰেইনৰ দক্ষিণ মাইকোলাভ মহানগৰতো এটা শক্তিশালী বিস্ফোৰণ হয় আৰু মহানগৰখনৰ কপি উঠে। দেশখনৰ বৃহত্তম পাৰমাণৱিক শক্তি প্ৰকলৈ আন এখন মহানগৰতো প্ৰচণ্ড বোমাবৰ্ষণ কৰা হয়।…

ৰাছিয়াৰ হৈ চোৰাংচোৱাগিৰি ইউক্ৰেইনৰ গুপ্তচৰ সংস্থাৰ

ৰাছিয়াৰ হৈ চোৰাংচোৱাগিৰি কৰি দেশদ্ৰোহত লিপ্ত হ'ল ইউক্ৰেইনৰ গুপ্তচৰ সংস্থাৰ মুৰব্বী প্ৰছিকিউটৰ জেনেৰেল। উক্ত অভিযোগত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে দেশখনৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বী প্ৰছিকিউটৰ জেনেৰেল ইৰিনা ভেনেডিক্টোভাক পদৰ পৰা…

ভাৰতে কিনিব পাৰিব ৰাছিয়াৰ পৰা ক্ষেপনাস্ত্ৰ !

ভাৰতে কিনিব পাৰিব ৰাছিয়াৰ পৰা ক্ষেপনাস্ত্ৰ ! সমগ্ৰ বিশ্বই বৰ্তমান জানে যে আমেৰিকাৰ লগতে পশ্চিমৰ দেশসমূহে ৰুছৰ ওপৰত প্ৰতিবন্ধকতা লগাবলৈ উঠি পৰি লাগি আছে । ইতিমধ্যেই বহু কেইটা প্ৰতিবন্ধকতা লগোৱা হৈছে ৰুছৰ ওপৰত । জানিব পৰা মতে আমেৰিকাই…

পাঁচ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক বৰ্খাস্ত কৰিলে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলা যুদ্ধই ইতিমধ্যে ভৰি দিলে পঞ্চমটো মাহত । ২৪ ফেব্ৰুৱাৰীত মহা শক্তিশালী ৰাছিয়াই ৰাষ্ট্ৰখনক আক্ৰমণ কৰাৰ পাছৰে পৰা যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰিছে ইউক্ৰেইনক । যুদ্ধ হোৱাৰ প্ৰাক মুহূৰ্তত সম্ভাৱনীয়তাৰ চৰ্চাৰ সময়তে…