আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

RunnersUp

অসম জীয়ৰী আধ্যাশ্ৰী উপাধ্যায়ক জামুগুৰিহাটৰ টুপিয়া, টোভঙাত উষ্ম অভিনন্দন ||

ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব DID little Master season 5 ৰ 2nd Runners-up অসম কন্যা আধ্যাশ্ৰী উপাধ্যায়ৰ সফলতাৰে গৃহমূখী যাত্ৰাত আজি জামুগুৰিহাটৰ জীয়া ভৰলীপাৰৰ টৌভঙা আৰু টুপিয়াত উপস্থিত হোৱাৰ লগে লগেই এক উৎসৱমূখৰ পৰিৱেশ সৃষ্টি হয়