আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

odi

বিশ্ব এদিনীয়া ক্ৰিকেটত শৃংখলা দখল ভাৰতৰ ।

বিশ্ব এদিনীয়া ক্ৰিকেটত শৃংখলা দখল ভাৰতৰ । লণ্ডনত আয়োজিত বিশ্ব এদিনীয়া শৃংখলাত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰি নিজৰ নামত দশল কৰিবলৈ সক্ষম হয় । ২-১ ৰ ব্যৱধানত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰি শৃংখলাটি দখল কৰে । প্ৰথম খন মেছত ভাৰতে ৰোমাঞ্চক জয় লাভ কৰি…

বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহক বিশ্ৰাম

ভাৰতৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু বলাৰ যশপ্ৰীত বুমৰাহক বিশ্ৰাম দিয়া হৈছে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হʼব লগা আগুন্তুক টি-২০ শৃংখলাৰ বাবে । লগতে কুলদ্বীপ যাদৱে আঙুলিৰ আঘাটৰ পিছত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে বুলি এক বিশেষ…