আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

narandra_modi

সমাজবাদী পাৰ্টীৰ পিতৃপুৰুষ মুলায়ম সিং যাদৱৰ মৃত্যু

আজি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ পিতৃপুৰুষ মুলায়ম সিং যাদৱৰ ৮২ বছৰ বয়সত মৃত্যু হয় । উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ (এছপি) নেতা মুলায়ম সিং যাদৱে আজি (১০ অক্টোবৰ) পুৱা ৮:১৬ বজাত…

সলনি হ’ল দিল্লীৰ ‘ৰাজপথ’ৰ নাম, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব…

সলনি হ'ল দিল্লীৰ 'ৰাজপথ'ৰ নাম, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব 'কৰ্তব্য পথ' বৃহস্পতিবাৰে অৰ্থাৎ আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব নতুনকৈ নামাকৰণ হোৱা 'কৰ্তব্য পথ'ৰ। ৰাজধানী দিল্লী স্থিত ''ৰাজপথ'' নামৰ…

অভিলেখ গঢ়িলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…….

বিশ্বৰ সকলো নেতাতকৈ জনপ্ৰিয় নেতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুনৰ প্ৰকাশ কৰা হ'ল বিশ্বৰ জনপ্ৰিয়তা নেতাসকলৰ তালিকা। ৭৫ শতাংশৰে বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতাৰ শীৰ্ষত স্থান দখল প্ৰধানমন্ত্ৰী মোদীৰ নাম। …

লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ল’লে ৫ টাকৈ সংকল্প…

দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুৱাই লালকিল্লাত উত্তোলন কৰে ত্ৰিৰংগা আৰু লগতে সমগ্ৰ দেশবাসীক কৰিলে সম্বোধন। এই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি গ্ৰহণ কৰিছে ৫ টা সংকল্প।…

নীতি আয়োগৰ বৈঠক বৰ্জন তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰ শেখৰ ৰাৱেৰ

দেওবাৰে দেশৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ল নীতি আয়োগৰ সপ্তম পৰিষদীয় বৈঠক। উক্ত বৈঠকত উপস্থিত আছিল কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰ শাসিত প্ৰদেশ সমূহৰ ৰাজ্যপাল সমূহ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল এই বৈঠকত।…

এদিন প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰৱেশ কৰিব দেশৰ বিক্ষুব্ধ জনতাই

এম আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে কেন্দ্ৰীয় চৰকাৰৰ লগতে আৰ এছ এছৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে। ওৱেইছিয়ে কয় যে বেছিদিন নাই ভাৰতৰ অৱস্থা শ্ৰী লংকাৰ দৰে হ'ব। আনকি বিক্ষুব্ধ জনতাই প্ৰধানমন্ত্ৰীৰ ঘৰত প্ৰবেশ কৰিব। ওৱেইছিয…

মোডীৰ বিৰুদ্ধে সৰব ওৱেইছি

কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু কল্যাণ আঁচনিৰ লগতে বিভিন্ন সুবিধাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰে এ আই এম আই এডৰা মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে। ওৱেইছিৰ মতে প্ৰধানমন্ত্ৰীয়ে ছাভাৰকাৰ আৰু গোলৱালকাৰৰ আদৰ্শৰে কাম কৰি আহিছে। তেওঁলোকৰ…

আজি ভাৰতে লাভ কৰিব পঞ্চদশ গৰাকী ৰাষ্ট্ৰপতি

ঘোষনা হ'ব ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ৷ ৰাইছিনা হিলছৰ কোন হ'ব নতুন বাসিন্দা,সেয়া আজি বিয়লিৰ ভাগলৈ নিশ্চিত হৈ পৰিব আজি বিয়লি ভাগলৈ ৷ দিনৰ 11 বজাৰ পৰা সংসদ ভৱনত ভোটগণনা আৰম্ভ হ'ব ৷ আৰু বিয়লিৰ ভাগলৈ সম্পূৰ্ণ হ'ব ভোটগণনা আন্ধাৰ কাৰ্য…

প্ৰধানমন্ত্ৰী মোডীক ভাবুকি দি ৰঙাঘৰত সোমাল যুৱক…

বৰ্তমানো অব্যাহত আছে কেন্দ্ৰ চৰকাৰৰ অগ্নিবীৰ যোজনাৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ । এই অগ্নিবীৰ যোজনা সন্দৰ্ভতে জড়িত আন এক ঘটনাত পুনৰ গ্ৰেপ্তাৰ কৰা হয় এজন যুৱক। বিহাৰৰ এজন যুৱকে হোৱাটচ এপৰ এটি গ্ৰুপৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী…

ছত্তীশগড়ত আৰম্ভ হৈছে নতুন ৰাজনৈতিক অংক !

কয়লা ব্যৱসায়ী সূৰ্যকান্ত তিৱাৰীয়ে আয়কৰ অভিযানক লৈ কৰিলে মৌনতা ভংগ লগতে কৰিলে উল্লেখ কৰিলে বহু বিস্ফোৰক অভিযোগ৷ তেওঁ কয় যে যে, তেওঁক ৰায়পুৰত ছত্তীশগড়ৰ একনাথ সিন্দে বনাবলৈ কৰা হৈছিল ষড়যন্ত্ৰ । ইয়াৰ বাবে আয়কৰ বিভাগৰ বিষয়াসকলে তেওঁৰ…