আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

jammu_kashmir

জম্মু কাশ্মীৰত গ্ৰেপ্তাৰ তিনি লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী…..

জম্মু কাশ্মীৰৰ চোপোৰ জিলাত থকা আৰক্ষী, ২২ নং ৰাষ্ট্ৰীয় ৰাইফলছ আৰু চি আৰ পি এফৰ এক যুটীয়া প্ৰচেষ্টাৰ ফলত গ্ৰেপ্তাৰ কৰা হয় তিনি সন্ত্ৰাসবাদীক। বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে পোৱা গৈছে এই সন্ত্ৰাসবাদীসকলৰ…

জম্মু কাশ্মীৰত অব্যাহত সন্ত্ৰাস, গ্ৰেণেড বিস্ফোৰণত আহত 9 জন সেনা……

পুনৰ জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক বিষ্ফাৰণৰ ঘটনা ৷ জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ হ্ৰদৰ পাৰত থকা বিখ্যাত মোগল বাগিচাৰ বাহিৰত সন্ত্ৰাসবাদী দলে এটা গ্ৰেণেড নিক্ষেপ কৰে ৷ উক্ত গ্ৰেণেডটো বিস্ফোৰণৰ ফলত সেই স্থানত থকা আহত হয় 9 গৰাকী…

পুনৰ আৰম্ভ হ’ল বৈষ্ণো দেৱী মন্দিৰ যাত্ৰা

জম্মু-কাশ্মীৰৰ ৰিয়াচি জিলাত অৱস্থিত ত্ৰিকুট পাহাৰস্থিত বিখ্যাত মন্দিৰ মাতা বৈষ্ণো দেৱী মন্দিৰলৈ দৰ্শনাৰ্থীৰ যাত্ৰা পুনৰ আৰম্ভ হৈছে শণিবাৰে পুৱাৰ পৰা। উল্লেখ্য যে বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণৰ বাবে দৰ্শনাৰ্থীৰ যাত্ৰা…

জম্মু-কাশ্মীৰত প্ৰায় ২৫ লাখ নতুন ভোটাৰ, উত্থাপন হৈছে বিভিন্ন নতুন প্ৰশ্নৰ…

২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰৰ বিজেপি চৰকাৰে সিদ্ধান্ত লৈছিল জম্মু-কাশ্মীৰৰ ঐতিহাসিক ৩৭০ নং দফা আতৰোৱাৰ । আৰু সেয়াই যেন আছিল বিতৰ্কিত কাশ্মীৰত বিজেপি চৰকাৰৰ প্ৰথমটো খোপনি । আৰু ইতিমধ্যেই দেশৰ সৰু-বৰ প্ৰত্যেকটো ৰাজনৈতিক দল-সংগঠন সমূহ সাজু…

পুলৱামাত সন্ত্ৰাসবাদীৰ পুনৰ আক্ৰমণ

জম্মু -কাশ্মীৰত বৃহস্পতিবাৰে সন্ধিয়া পুলৱামাত পুনৰ উগ্ৰপন্থীৰ গ্ৰেনেড আক্ৰমণত এজন প্ৰবাসী শ্ৰমিকৰ মৃত্যু হয় আৰু আন দুজন শ্ৰমিক আহত হয়। জানিব পৰা মতে মৃত্যু লোক জন বিহাৰৰ চাকৱা পাৰ্ছাৰ বাসিন্দা মহম্মদ মুমতাজ বুলি জানিব পৰা গৈছে। আহত দুজন…

৩ বছৰত কাশ্মীৰত হত্যা ১১৮ জন নাগৰিকক

২০১৯ চনত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছৰে পৰা যোৱা তিনিবছৰত জম্মু-কাশ্মীৰত ৫ কাশ্মীৰী পণ্ডিতসহ ২১ হিন্দুকে ধৰি মুঠ ১১৮ নাগৰিকক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছে। এই কথা ৰাজ্যসভাত সদৰি কৰে গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে।…

ডোডাত চূৰ্ণ-বিচূৰ্ণ সদাশিৱৰ মূৰ্তি উদ্ধাৰ

জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ মাৰ্মত তেহচিলৰ চোকা মণি-মহেশ বুলি জনাজাত ৰাম-ৰাস্না এলেকাত শিৱৰ মূৰ্তি এটা চূৰ্ণ-বিচূৰ্ণ অৱস্থাত উদ্ধাৰ হৈছে। মুকলিত থকা শিৱৰ মূৰ্তিটো সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ ষড়যন্ত্ৰৰে ধ্বংস কৰা বুলি আশংকা কৰা হৈছে। ডোডা…

জম্মু-কাশ্মীৰ পুলৱামাত উদ্ধাৰ কৰা হৈছে IED

প্ৰতিদিনে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে আৰক্ষী আৰু নিৰাপত্তা বাহিনীক লক্ষ্য কৰি বিভিন্ন ঠাইত বিস্ফোৰক সামগ্ৰী স্থাপন কৰি আহিছে । মঙলবাৰে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে দক্ষিণ কাশ্মীৰত অৱস্থিত পুলৱামা জিলাত ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ…