আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

indian politics

২০২৪ ত প্ৰধানমন্ত্ৰী হ’ব সাংসদ নৱ কুমাৰ শৰণীয়া……!!!

প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ যদি ৰাইজে বিচাৰে প্ৰধানমন্ত্ৰীতকৈ ডাঙৰ পদ ল’বলৈ সাজু হৈ আছে এই সাংসদগৰাকী ৷ বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰি অহা ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হবলৈ…

ভাৰতীয় ৰাজনীতি আৰু দৰিদ্ৰতা

ভাৰতীয় ৰাজনীতিত দৰিদ্ৰ আৰু শোষিত সকলৰ ভূমিকা কেনেধৰণৰ আৰু দৰিদ্ৰতা দূৰীকৰণৰ অৱহেলাত ৰাজনৈতিক সুবিধাবাদৰ পৃষ্ঠপোষতা কিমান ? ভাৰতত, দৰিদ্ৰ আৰু শোষিত জাতি সমূহে ধনী আৰু উচ্চ বৰ্ণতকৈ সমানুপাতিকভাৱে অধিক ভোট দিয়ে । একেদৰে, চহৰতকৈ গ্ৰাম্য…

ভাৰতীয় ৰাজনীতিৰ দলীয় ব্যৱস্থাত আঞ্চলিক দলৰ অস্তিত্ব

আঞ্চলিক দলৰ অস্তিত্ব ভাৰতীয় দলীয় ব্যৱস্থাৰ এটি অন্যতম বৈশিষ্ট্য| ১৯৬৭ চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে আন আন ৰাজনৈতিক দলৰ প্ৰত্যাহ্বানৰ সম্মুখীন হয় আৰু সেই সময়ৰ পৰাই ভাৰতৰ বিভিন্ন প্ৰান্তত আঞ্চলিক দলৰ আৱিৰ্ভাৱ হোৱাৰ পথ সুগম হয় বুলি কব…

মোডীৰ বিৰুদ্ধে সৰব ওৱেইছি

কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু কল্যাণ আঁচনিৰ লগতে বিভিন্ন সুবিধাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰে এ আই এম আই এডৰা মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে। ওৱেইছিৰ মতে প্ৰধানমন্ত্ৰীয়ে ছাভাৰকাৰ আৰু গোলৱালকাৰৰ আদৰ্শৰে কাম কৰি আহিছে। তেওঁলোকৰ…

ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কেনেকৈ কৰা হয় !

ৰাষ্ট্ৰপতি নিৰ্বাচন: ৰাষ্ট্ৰপতি হৈছে সাৰ্বভৌম গণতান্ত্ৰিক ভাৰতবৰ্ষৰ সৰ্বপ্ৰধান কাৰ্যনিৰ্বাহক বা শাসনকৰ্তা। তেৱেঁই হ'ল ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰো মুৰব্বী। ভাৰতত সংসদীয় চৰকাৰ প্ৰৱৰ্তন কৰা হৈছে। সেয়েহে ৰাষ্ট্ৰপতিয়ে নিয়মাতান্ত্ৰিক প্ৰধানৰ…

যশৱন্ত সিন্‌হা ৰাষ্ট্ৰপতি হ’লে  অনুমোদন নজনায় ‘কা’

মই ৰাষ্ট্ৰপতি ভৱনত সোমালে বা বাহিৰত থাকিলেও ‘কা’ৰ বিৰোধিতা কৰি যাম৷ আজি ভোট বিচাৰি গুৱাহাটীত উপস্থিত হোৱা যশৱন্ত সিন্‌হাই নিজ মুখে ঘোষণা কৰিছে যে তেওঁ ৰাষ্ট্ৰপতি হ’লে  অনুমোদন নজনায় ‘কা’ | আজি দুপৰীয়া গুৱাহাটীত উপস্থিত হোৱা…

ছত্তীশগড়ত আৰম্ভ হৈছে নতুন ৰাজনৈতিক অংক !

কয়লা ব্যৱসায়ী সূৰ্যকান্ত তিৱাৰীয়ে আয়কৰ অভিযানক লৈ কৰিলে মৌনতা ভংগ লগতে কৰিলে উল্লেখ কৰিলে বহু বিস্ফোৰক অভিযোগ৷ তেওঁ কয় যে যে, তেওঁক ৰায়পুৰত ছত্তীশগড়ৰ একনাথ সিন্দে বনাবলৈ কৰা হৈছিল ষড়যন্ত্ৰ । ইয়াৰ বাবে আয়কৰ বিভাগৰ বিষয়াসকলে তেওঁৰ…

অহা ৬ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন

অহা ৬ আগষ্টত অনুষ্ঠিত হ'ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন । ইতিমধ্যে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে । মঙলবাৰৰ পৰা আৰম্ভ হোৱা মনোনয়ন প্ৰক্ৰিয়াত ইতিমধ্যে ৫ গৰাকীয়ে মনোনয়ন দাখিল কৰিছে। ৯ জুলাই মনোনয়ন দাখিলৰ অন্তিম দিন ।…