আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

HS result

এখন হুইল চেয়াৰেৰে জীৱন সংগ্ৰাম আৰু সফলতা |

শাৰীৰিক বাধাগ্ৰস্থতা আৰু দৰিদ্ৰতাক নেওঁচি সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত দিগন্তই পুৰণিগুদামৰ আৰ.কে.বি. উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ এটা বিষয়ত লেটাৰসহ ৬৮% নম্বৰ পাই প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে

দৰিদ্ৰতা নেওচি কলিয়াবৰৰ যুৱকৰ সফলতা

দৰিদ্ৰতা কেতিয়াওঁ শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হব নোৱাৰে! তাৰে প্ৰমাণ কৰিলে কলিয়াবৰ বৰঘুলীৰ এজন যুৱকে। যুৱক জনৰ নাম হজৰত আলি। অতিকৈ দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা হজৰত ৰ দেউতাক পেছাত এজন টেম্পো চালক