আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

himanta_biswa_sarma

সমাজবাদী পাৰ্টীৰ পিতৃপুৰুষ মুলায়ম সিং যাদৱৰ মৃত্যু

আজি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ পিতৃপুৰুষ মুলায়ম সিং যাদৱৰ ৮২ বছৰ বয়সত মৃত্যু হয় । উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ (এছপি) নেতা মুলায়ম সিং যাদৱে আজি (১০ অক্টোবৰ) পুৱা ৮:১৬ বজাত…

অসম ৰাজ্যিক চিৰিয়াখানাৰ দুৰৱস্থা

অসম ৰাজ্যিক চিৰিয়াখানাৰ দুৰৱস্থা। পৰ্যটকৰ থলী অসম ৰাজ্যিক চিৰিয়াখানাৰ উন্নয়নৰ নামত কোটি কোটি টকা ব্যয় কৰা হয় যদিও তেনে কোনো পৰিৱৰ্তন পৰিলক্ষিত নহ'ল। পশু- পক্ষী চোৱাৰ হেপাহেৰে অহা বহু দৰ্শনাৰ্থী বিমূখ হৈ উভতিব লগা হৈছে। জানিব পৰা মতে…

“অসমৰ বান সমস্যা অতীত হৈ পৰিব পাঁচ বছৰৰ পাছত”

"অসমৰ বান সমস্যা অতীত হৈ পৰিব পাঁচ বছৰৰ পাছত" এই ঘোষণা অমিত শ্বাহৰ ।২০২৪ ৰ নিৰ্বাচনৰ লক্ষ্যৰে গুৱাহাটীত অৱস্থিত খানাপাৰা 'কাৰ্যকৰ্তা সন্মিলনত ' ৰণডংকা বজালে শাসকীয়ে বিজেপি দলে । ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডাৰো বিৰোধীক কটাক্ষ । জে.পি.…

কোকৰাঝাৰৰ কেবিনেট বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা……..

কোকৰাঝাৰত কেবিনেট বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ দতমাস্থিত বাসগৃহত উপস্থিত হৈ তেখেতৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় কটায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেখেতসকলৰ কুশল-বাৰ্তা লোৱাৰ উপৰিও সকলো চৰকাৰী সহায়ৰ আশ্বাস…

উত্তৰাখণ্ডত 13 হাজাৰ ফুট উচ্চতাত, ত্ৰিৰংগাগৌৰৱ উদযাপন

আইটিবিপিৰ টুইটাৰ হেণ্ডেলটো ভাৰতৰ ৭৫ তম স্বাধীনতা দিৱসক জোৰদাৰ ভাবে উদযাপন কৰিবলৈ সৈন্যবাহিনীয়ে আহ্বান কৰিছে। আইটিবিপিৰ সৈন্যসকলক আগতেও এবাৰ জুলাই মাহত লাডাখত ১২,০০০ ফুট উচ্চতাত ভাৰতীয় পতাকা উৰুৱা কাৰ্যসূচী হাতত লোৱা দেখা গৈছে।…

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ অসমত পুনৰ তিনি জন লোকৰ মৃত্যু।

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এটা মাহৰ ভিতৰত ষাঠি জনলৈ বৃদ্ধি পাইছে মৃত্যুৰ হাৰ। মৰিগাঁও, বঙাইগাঁও, দৰং, ডিমা হাচাও আৰু কামৰূপেত সঘনাই বাহিব ধৰিছে আক্ৰান্তৰ হাৰ। এন.এইচ.এম.-ৰ বিজ্ঞপ্তিতত কোৱা হৈছে যে এই বছৰৰ জুলাইমাহত ৰোগটোৱে 'গুৰুতৰ…

দেশৰ বিশিষ্ট সত্ৰীয়া আৰু ওডিচি নৃত্য শিল্পী গৰিমা হাজৰিকাৰ মৃত্যু

১৯৩৯ চনত জন্ম গ্ৰহন কৰা বিশিষ্ট সত্ৰীয়া আৰু ওডিচি নৃত্য শিল্পী গৰিমা হাজৰিকাৰ আৰু নাই। যোৱা নিশা নিজ উলুবাৰী বাসগৃহত শেষনিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীএ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল  ৮৩ বছৰ। জানিব পৰা মতে যোৱা দুটা বছৰে স্বাস্থ্যৰ অৱনতি…

ভাৰতে শীঘ্ৰেই সমগ্ৰ বিশ্বতে পৰ্যটন কাৰ্যালয় লাভ কৰিব: জি কিষাণ ৰেড্ডী

কেন্দ্ৰীয় উত্তৰ-পূব অঞ্চলৰ পৰ্যটন, সংস্কৃতি আৰু উন্নয়ন মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে শুকুৰবাৰে কয় "টিটিয়ে দেশলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰিব।" তেওঁ কয় যে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত জম্মু-কাশ্মীৰ ভ্ৰমণকৰা পৰ্যটকৰ…

পুলৱামাত সন্ত্ৰাসবাদীৰ পুনৰ আক্ৰমণ

জম্মু -কাশ্মীৰত বৃহস্পতিবাৰে সন্ধিয়া পুলৱামাত পুনৰ উগ্ৰপন্থীৰ গ্ৰেনেড আক্ৰমণত এজন প্ৰবাসী শ্ৰমিকৰ মৃত্যু হয় আৰু আন দুজন শ্ৰমিক আহত হয়। জানিব পৰা মতে মৃত্যু লোক জন বিহাৰৰ চাকৱা পাৰ্ছাৰ বাসিন্দা মহম্মদ মুমতাজ বুলি জানিব পৰা গৈছে। আহত দুজন…

৬ মাহৰ ভিতৰত দেশৰ সকলো টোলগে’ট বন্ধ কৰা হব

আগনতুক ৬ মাহৰ ভিতৰত বন্ধ হব দেশৰ সকলো টোলগে'ট! ভাঙি পেলোৱা হব বহু টোল গেট।সংসদত ঘোষণা কৰিলে কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে । দেশ হব 'টোলগেট মুক্ত'। আৰু ইয়াৰ বিপৰীতে আপুনি ৬০ কিলোমিটাৰৰ অধিক যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথত…