আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

gujrat

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  গৃঢ় ৰাজ্যত বৰ্তমানেও অব্যাহত কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিজ ৰাজ্যতে অব্যাহত আছে কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী । শাসকীয় দল বিজেপিয়ে বিশেষভাবে গঠন কৰি দিয়া মন্ত্ৰী পেনেল ব্যৰ্থ গুজৰাটত । প্ৰায় ১৭ টা প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে শাসকীয় দল বি.জে.পিৰ বিৰুদ্ধে,…

গুজৰাট মিছন ‘আপ’ চৰকাৰৰ……

বৰ্তমান ভাৰতত চলিছে এক নতুন ট্ৰেণ্ড। দেশৰ বিভিন্ন আমোল, মন্ত্ৰীৰ বাসগৃহত চলিছে ইডি, চিবিআইৰ অভিযান। ইয়াৰ লগতে ইতিমধ্যে বহু কেইজনলোক এই সন্দৰ্ভত গ্ৰেপ্তাৰো হৈছে। আৰু ইয়াৰ মাজতে চিবিআইয়ে তালাচী চলাই আপৰ নেতা মনীষ…

গুজৰাট কংগ্ৰেছৰ কাৰ্যালয়ৰ নাম ‘হজ হাউছ’ কৰিলে বজৰং দলে

গুজৰাটৰ  কংগ্ৰেছৰ কাৰ্যালয়ৰ নাম 'হজ হাউছ' কৰিলে বজৰং দলে গুজৰাট কংগ্ৰেছৰ সভাপতি জগদীশ ঠাকুৰে অলপতে সংখ্যালঘু সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিবাদকল্পে বিশ্ব হিন্দু পৰিষদৰ ভাতৃ সংগঠন বজৰং দলে গুজৰাট কংগ্ৰেছৰ মুখ্য কাৰ্যালয়টোৰ নাম…

গুজৰাটত যাত্ৰীবাহী বাছ বাগৰি মৃত্যু দুজনৰ, আহত ৪৬ জন লোক

নিশা গুজৰাটৰ দাং জিলাত সংঘটিত হয় পথ দুৰ্ঘটনা । উক্ত পথ দুৰ্ঘটনাতটোত প্ৰাণ হেৰুৱালে দুগৰাকীকৈ মহিলা যাত্ৰীয়ে । আনহাতে আঘাতপ্ৰাপ্ত হয় ৪৬ গৰাকীকৈ ব্যক্তি । গুজৰাটৰ দাং জিলাৰ মালেগাঁৱৰ সমীপত এটা খাৱৈত বাগৰি পৰিছিল বাছখন । চুৰাট গৰ্বা গোটৰ পৰা…