আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

Flood

“অসমৰ বান সমস্যা অতীত হৈ পৰিব পাঁচ বছৰৰ পাছত”

"অসমৰ বান সমস্যা অতীত হৈ পৰিব পাঁচ বছৰৰ পাছত" এই ঘোষণা অমিত শ্বাহৰ ।২০২৪ ৰ নিৰ্বাচনৰ লক্ষ্যৰে গুৱাহাটীত অৱস্থিত খানাপাৰা 'কাৰ্যকৰ্তা সন্মিলনত ' ৰণডংকা বজালে শাসকীয়ে বিজেপি দলে । ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডাৰো বিৰোধীক কটাক্ষ । জে.পি.…

কৃষিমন্ত্ৰী অতুল বৰাৰ মন্তব্য,’বতৰ ফৰকাল হ’লেই পুনৰ মেৰামতি কৰা হ’ব ৰাজ্যৰ বাট-পথসমূহ

ৰাজ্য খনত ক'ভিড,ছোৱাইন ফ্লু,জাপানীজ এনকেফ্লাইটিছ ইত্যাদি চৰকাৰ খনৰ বাবে হৈ পৰিছে প্ৰত্যাহ্বান স্বৰূপ ৷ তৎস্বত্তেও চৰকাৰে অতি তৎপৰতাৰে এনে পৰিস্থিতি সমূহৰ মোকাবিলা কৰি ৰাইজক সকাহ দিয়াৰ প্ৰচেষ্টা কৰিছে৷ কৃষিমন্ত্ৰী অতুল বৰাই এই মন্তব্য কৰে…

অসমৰ বান পৰিস্থিতিক ‘জটিল সমস্যা’ বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নতুন দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ বান পৰিস্থিতিক জটিল সমস্যা বুলি ঘোষণা কৰিবলৈ আহ্বান জনায় ৰাজ্যত চলি থকা বান পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হ'বলৈ…

ছিপাঝাৰত ৰাইজে শ্ৰম দান কৰি মেৰামতি কৰিলে বানে বিধ্বস্ত কৰা পথ

ছিপাঝাৰত ৰাইজে শ্ৰম দান কৰি মেৰামতি কৰিলে বানে বিধ্বস্ত কৰা পথ সলপাম গাঁওবাসীয়ে মেৰামতী কৰিলে লোক্ৰৰাই পঞ্চায়তৰ অন্তৰ্গতঢেকিপাৰা পৰা মিনমহল হৈ সলপাম সংযোগী পথছোৱা । ছিপাঝাৰৰ বিধায়ক পৰামনন্দ ৰাজবংশীৰ সহযোগ কৰিলে শ্ৰমদান কৰা ৰাইজক শ্ৰমদান…

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম আৰক্ষী সেৱা বিষয়া সন্থাৰ আৰ্থিক সাহায্য

বিগত সময়চোৱাত অসমৰ বিভিন্ন প্ৰান্তত হোৱা বানপানী, আৰু প্ৰাকৃতিক দুৰ্যোগত বহু লোক ক্ষতিগ্ৰস্ত হৈছে, দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ সাহায্য প্ৰদান কৰিছে অসম আৰক্ষী সেৱা বিষয়া সন্থাই। সন্থাটোৰ সভাপতি হেমন্ত দাস আৰু সম্পাদক দেৱাশিস…