আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

firing

কাশ্মীৰত ভয়ংকৰ গুলীয়াগুলী, শ্বহীদ তিনি ভাৰতীয় সেনা

কাশ্মীৰ স্থিত ৰাজৌৰীৰ দৰহাল অঞ্চলৰ পাৰগালত থকা সেনা শিবিৰৰ বেৰ পাৰ হ’বলৈ চেষ্টা কৰিছিল সন্ত্ৰাসবাদীয়ে । তেতিয়াই সংঘটিত হয় এই গুলীচালনাৰ ঘটনা । পুনৰ জম্মু-কাশ্মীৰত সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ ৰাজৌৰীৰ দৰহাল অঞ্চলৰ পাৰগালত থকা সেনা শিবিৰৰ…

দুৰ্বৃত্তৰ গুলী চালনাত নিহত দক্ষিণ আফ্ৰিকাৰ ২৩ গৰাকী লোক

দক্ষিণ আফ্ৰিকা সংঘটিত হয় গুলীচালনাৰ ঘটনা । জোহান্সবাৰ্গৰ ছ’ৱেটো বাৰত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। গুলি চালনাত মৃত্যু হয় 14 জনকৈ লোকৰ ৷ ঘটনাটোত আহত হোৱা আন তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব দিয়ে আৰক্ষীয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি নিশা এখন…