আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

congress

অৱশেষত বিৰ্তকিত মন্তব্য কৰি ক্ষমা খুজিবলৈ বাধ্য হ’ল আজমল

অৱশেষত বিৰ্তকিত মন্তব্য কৰি ক্ষমা খুজিবলৈ বাধ্য হ'ল আজমল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু হিন্দু সম্প্ৰদায়ক লৈ অশালীন মন্তব্য কৰি বিৰ্তকৰ আৰ্বতত সোমাই পৰিছিল আজমল। আজমলৰ এই বিৰ্তকিত মন্তব্যৰ পিছতেই চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি…

অধ্যক্ষ চিপি যোশীৰ ওচৰত গেহলট গোটৰ ৯০ জনতকৈও অধিক বিধায়কৰ পদত্যাগ

অধ্যক্ষ চিপি যোশীৰ ওচৰত গেহলট গোটৰ ৯০ জনতকৈও অধিক বিধায়কৰ পদত্যাগ । বিধানসভাৰ অধ্যক্ষক পদত্যাগ পত্ৰ দাখিল ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট গোটৰ বিধায়কসকলৰ। উল্লেখযোগ্য যে গেহলটৰ অনুগতসকলে কেবিনেট মন্ত্ৰী শান্তি ধাৰিৱালৰ সৈতে তেওঁৰ বাসগৃহত…

কংগ্ৰেছ দলৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব শশী থাৰুৰে……

অহা ১৭ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগীয়া কংগ্ৰেছ দলৰ সভাপতি পদৰ নিৰ্বাচনত দেখিবলৈ পোৱা যাব বহু কেইজন প্ৰতিদ্বন্দীক । আৰু তেনে সময়তে এক বিশেষ মন্তব্যৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে তিৰুবন্তপুৰমৰ কংগ্ৰেছী সাংসদ শশী থাৰুৰে । …

কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছৰ পদ যাত্ৰা…

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে আৰম্ভ কৰিব ‘ভাৰত জৌড়ো’ যাত্ৰা। আৰু এই যাত্ৰাৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে দেশৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ সৈতে মিলিত হয় আলোচনাত । উক্ত বৈঠকত তেওঁ কয় যে, তেওঁৰ বাবে এক তপস্যাৰ দৰে এই…

ধনৰ অবৈধ সৰবৰাহৰ গোচৰত ২১ জুলাইত জেৰা কৰিব কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীক

নেশ্যনেল হেৰাল্ড বাতৰি কাকতৰ সৈতে সম্পৰ্ক থকা ধনৰ অবৈধ সৰবৰাহৰ গোচৰত জেৰাৰ বাবে  কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীক ২১ জুলাইত আইন বলৱৎকাৰী সঞ্চালকালয়ত হাজিৰ হ’বলৈ ই ডিয়ে নিৰ্দেশ দিছে৷ উল্লেখ্য যে ২০১২ চনত বিজেপি নেতা তথা দেশৰ প্ৰখ্যাত…