আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

china

পেংগং হ্ৰদৰ পাৰত চীনে নিৰ্মাণ কৰিছে পথ, দলং…….

চীনে পেংগং হ্ৰদৰ পাৰত অবৈধ নিৰ্মাণকাৰ্য চলাই থকাৰ তথ্য লাভ কৰা হৈছে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে পোৱা ফটোৰ পৰা। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ লাডাখত ভাৰত আৰু চীনে শান্তি প্ৰতিষ্ঠাৰ বাবে বুধবাৰে দুয়োখন দেশৰ শীৰ্ষ সেনা বিষয়াই…

এল এই চিত নামিবৰ জৱাহিৰিক হত্যা কৰা ড্ৰোন……

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা , চমুকৈ এল এ চিত চীনৰ অহৰহ ভাবুকি প্ৰতিৰোধ কৰাৰ লগতে চীনা সৈন্যৰ ওপৰত চকু ৰখাৰ উদ্দেশ্যে ভাৰতে অচিৰেই ক্ৰয় কৰিব এম কিউ ৯ বি শ্ৰেণীৰ ড্ৰোন। প্ৰায় ৩০খন এনে ড্ৰোন ক্ৰয় কৰিবলৈ আমেৰিকাৰ সৈতে চুক্তি পাশত…

ড্ৰেগনৰ দেশত ৰাষ্ট্ৰীয় খৰাং ঘোষণা….

চীনৰ দক্ষিণ -পশ্চিমৰ ৬৬ খন নদী শুকাই যোৱাৰ পাছত দেশখনে ৰাষ্ট্ৰীয় খৰাংৰ প্ৰথম খৰাঙৰ সতৰ্কবাণী জাৰি কৰিছে। গ্ৰীষ্মৰ প্ৰবাহত চীন দেশৰ শোচনীয় অৱস্থা : শুকাইছে ৬৬খন নদী, শস্যৰ ক্ষতি, খোৱা পানী হৈ পৰিছে সীমিত বনজুই বাবে হোৱা প্ৰবল গ্ৰীষ্ম…

পাকিস্তানত সামৰিক চকী স্থাপন কৰিব চীনে

দক্ষিণ এছিয়াত ভাৰতক প্ৰত্যাহ্বান জনাবলৈ সকলোধৰণৰ কূট-কৌশল তথা প্ৰচেষ্টা হাতত লৈছে চীনে। শ্ৰী লংকাৰ হম্বনটোটা বন্দৰলৈ চীনে এখন চোৰাংচোৱা জাহাজ প্ৰেৰণ পিছত এইবাৰ দেশখনে পাকিস্তানলৈ সৈন্য প্ৰেৰণ কৰাৰ যো-জা চলাইছে। পাকিস্তান,…

চীনৰ ৰকেট পৰিল ভাৰত মহাসাগৰত

অৱশেষত পৃথিৱীৰ বাবে কোনোধৰণৰ ভয়ংকৰ বিপদ কঢ়িয়াই ননাকৈয়ে নিশা আকাশ উজলাই মালয়েছিয়াৰ ছাৰাৱাক প্ৰদেশৰ সমীপৰ ভাৰত মহাসাগৰত পৰে চীনৰ নিয়ন্ত্ৰণহীন ৰকেট এটাৰ টুকুৰাবোৰ। ৰকেটটোৰ প্ৰায় পঁচিশটন সামগ্ৰী নিশা ১২.৪৫বজাত পৃথিৱীৰ বায়ুমণ্ডলত পুনৰ…

সৌন্দৰ্যবৰ্ধক ঔষধ তৈয়াৰ বাবে লাখ লাখ গাধ হত্যা

চীনৰ টিভিত প্ৰদৰ্শিত 'এম্প্ৰেছ ঘন দা পেলেছ' নামৰ ধাৰাবাহিকখনত দেখুওৱা এবিধ ঔষধ প্ৰস্তুত কৰাৰ বাবে চীন আৰু আফ্ৰিকাত হত্যা কৰা হৈছে লাখ লাখ গাধ। চীনৰ পৰম্পৰাগত ঔষধ 'ইজিয়াও' গাধৰ চালৰ পৰা প্ৰস্তুত কৰা হয় বুলি দেখুওৱা হৈছে ধাৰাবাহিক খনৰ…