আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

assmbly

সংসদত উত্থাপন হ’ব ২৪ বিধেয়ক

সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত হ'ব সোমবাৰৰ পৰা। এইবাৰ অধিবেশনত ডিজিটেল মিডিয়া নিয়ন্ত্ৰণকে ধৰি মুঠ ২৪ খন নতুন বিধেয়ক উত্থাপন হোৱা কথা। চৰকাৰী সূত্ৰ‌ই সদৰি কৰা অনুসৰি বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমটো দিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মাজতে অতিবাহিত…