আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

assam

পাঞ্জাবাৰীত সংঘটিত ৰঞ্জিত বৰা হত্যাকাণ্ডৰে জড়িত দুজনক গ্ৰেপ্তাৰ

মহানগৰীত ১৫ দিন পূৰ্ৱে সংঘটিত হৈ যোৱা চাঞ্চল্যকৰ গুলীচালনাত মৃত্যু হোৱা ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ । গুলীচালনা কৰি দুৰ্বৃত্তই লুটি নিছিল ধন । মহানগৰীৰ এই ঘটনাই কপাঁই তুলিছিল সমগ্ৰ ৰাজ্য  | এই গুলীচালনা ঘটনা…

ৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ সহযোগত আয়োজন কৰা 'পৰিৱেশ আৰু বহনক্ষম উন্নয়ন- ন্যায়পালিকাৰ ভূমিকা' আৰু 'ডিজিটাইজেছন আৰু ন্যায় ব্যৱস্থাৰ ওপৰত ইয়াৰ প্ৰভাৱ' শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীগৰাকী

অসম ৰাজ্যিক চিৰিয়াখানাৰ দুৰৱস্থা

অসম ৰাজ্যিক চিৰিয়াখানাৰ দুৰৱস্থা। পৰ্যটকৰ থলী অসম ৰাজ্যিক চিৰিয়াখানাৰ উন্নয়নৰ নামত কোটি কোটি টকা ব্যয় কৰা হয় যদিও তেনে কোনো পৰিৱৰ্তন পৰিলক্ষিত নহ'ল। পশু- পক্ষী চোৱাৰ হেপাহেৰে অহা বহু দৰ্শনাৰ্থী বিমূখ হৈ উভতিব লগা হৈছে। জানিব পৰা মতে…

আজি অনুষ্ঠিত হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ অন্তিম পৰীক্ষা…….

অসম ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাৰ আজি অন্তিমটো পৰীক্ষা। আজি তৃতীয় বৰ্গৰ পৰীক্ষাৰ অন্তিমটো দিন । মুঠ ৮৭টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা। কিন্তু পূৰ্বৰ দৰে এইবাৰ কৰ্তন কৰা নহয় ইন্টাৰনেট সেৱা। উল্লেখ্যযোগ্য যে বিগত ২১…

আজি কবি নীলমণি ফুকনৰ জন্মদিন……

আজি কবি নীলমণি ফুকনৰ ৮৯ সংখ্যক জন্মদিন। ১৯৩৩চনৰ ১০ছেপ্তেম্বৰত জন্ম হৈছিল তেওঁৰ। তেওঁৰ কলমেৰে নামি আহিছিল সূৰ্য। অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলাই এই গৰাকী নমস্য কবিয়ে লিখিছিল গোলাপী জামুৰ লগ্ন, নিৰ্জনতাৰ…

৩ৰ পৰা ৮ লাখ টকা দৰত বিক্ৰী তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি…!

পৰীক্ষা অনুষ্ঠিত হোৱা জিলা সমূহত ৪ ঘণ্টীয়া ইন্টাৰনেট সেৱা কৰ্তন কৰি সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষা।কিন্তু এই পৰীক্ষাৰ অধিনষ্ট চাকৰিত গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধনৰ লেনদেনক লৈ…

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃৰ দেহৱসান…..

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ ইহলীলা সম্বৰণ। নিশা প্ৰায় ৯.৪০ বজাত কলিয়াবৰৰ উলুৱনি স্থিত নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় দেৱকান্ত মহন্তৰ৷ ১৯৩০ চনৰ ৩০ মাৰ্চত শ্ৰীশ্ৰী ৰূপনাৰায়ণ খামুচীয়া…

সমাগত T-20 ক্ৰিকেট খেলক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক …….

২ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ ক্ৰিকেট খেলৰ আয়োজনৰ বুজ লোৱাৰ উদ্দেশ্যে জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত অসম ক্ৰিকেট সন্থা, লোক নিৰ্মাণ বিভাগ, ক্ৰীড়া…

বুৰঞ্জীৰ পাটত ‘অৰুনোদই’ৰ পটভূমি

১৮৩৬ চনত সেই সময়ৰ অসমৰ কমিছনাৰ তথা ইংৰাজ গৰ্ভনৰ জেনেৰেলৰ প্ৰতিনিধি কেপ্তেইন ফ্ৰেন্সিছ জনকিন্সৰ আমন্ত্ৰণ ক্ৰমে ৰেভাৰেণ্ড ড° নাথান্‌ ব্ৰাউন আৰু ৰেভাৰেণ্ড অলিভাৰ কাট্টাৰৰ নেতৃত্বত আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ এটা দল অসমলৈ আহে। উদ্দেশ্য আছিল…

আজি তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা, কটকটীয়া নিৰাপত্তাৰে সাজু প্ৰশাসন…

২৮ আগষ্ট, দেওবাৰ অৰ্থাৎ আজি অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ পৰীক্ষা। পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে সাজু ৰাজ্য চৰকাৰ। ২৫ খন জিলাত অনুষ্ঠিত হ’ব এই তৃতীয় বৰ্গৰ পৰীক্ষা। কেন্দ্ৰসমূহত যাতে অতি সূচাৰুৰূপে পৰীক্ষা…