আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Tag

accident

পাঞ্জাবাৰীত সংঘটিত ৰঞ্জিত বৰা হত্যাকাণ্ডৰে জড়িত দুজনক গ্ৰেপ্তাৰ

মহানগৰীত ১৫ দিন পূৰ্ৱে সংঘটিত হৈ যোৱা চাঞ্চল্যকৰ গুলীচালনাত মৃত্যু হোৱা ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ । গুলীচালনা কৰি দুৰ্বৃত্তই লুটি নিছিল ধন । মহানগৰীৰ এই ঘটনাই কপাঁই তুলিছিল সমগ্ৰ ৰাজ্য  | এই গুলীচালনা ঘটনা…

পথ দুৰ্ঘটনাত মৃত্যু ভাৰতৰ টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীৰ ….

টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰী এটা পথ দুৰ্ঘটনাত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু মুখত পৰে। মুম্বাইৰ গাতে লাগি থকা পালঘৰৰ কাছাৰ সমীপত মুম্বাই-আহমেদাবাদ ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো। প্ৰাথমিক তথ্য মৰ্মে মিষ্ট্ৰীৰ মাৰ্চিডিজ…

কেলিফ’ৰ্ণিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা…..

মাজ আকাশতে সংঘটিত হল এক ভয়ংকৰ দুৰ্ঘটনা, দুখন বিমানৰ মুখামুখি সংঘৰ্ষৰ ফলত বহু লোকৰ মৃত্যু আমেৰিকা যুক্তৰাষ্ট্ৰ কেলিফৰ্ণিয়া বিমানবন্দৰত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা । মাজ আকাশতে দুখন বিমানৰ মুখামুখি সংঘৰ্ষ। যাৰ ফলত মৃত্যু হৈছে বহু…

বাছ-তৈল টেংকাৰৰ মুখামুখী সংঘৰ্ষ , জীৱন্তে অগ্নিদগ্ধ 20 জন

চুবুৰীয়া দেশ পাকিস্তানৰ পঞ্জাৱত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছৰ তেল টংকাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত অতি কমেও ২০ জন লোক জীৱন্তে হৈছে অগ্নিদগ্ধ । আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি লাহোৰৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰৈৰ…

৩৯ জন জোৱান কঢ়িয়াই নিয়া সেনাৰ বাহন বাগৰিল নদীতঃ ৭ জনৰ থিতাতে মৃত্যু, সংকটজনক আন বহুজন…

জম্মু-কাশ্মীৰত নদীত পৰিল নিৰাপত্তা বাহিনীৰ জোৱান কঢ়িওৱা বাছ । উক্ত দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে ৭ সেনা জোৱানৰ । লগতে , আহত হৈছে আন কেবাজনো জোৱান। উক্ত বাছখনত মুঠ ৩৭ জন জোৱান আছিল বুলি জানিব পৰা গৈছে । ইতিমধ্যে তীব্ৰগতিত আৰম্ভ হৈছে…

বান সাহায্য দিবলৈ গৈ দুৰ্ঘটনাগ্ৰস্থ পাক সেনাৰ হেলিকপ্টাৰ, মৃত্যু ৬ জনৰ

পাকিস্তানৰ বেলুচিস্তানৰ লাচবেলাত বান সাহায্য অভিযানত নিযোজিত হৈ থকা পাক সেনাৰ এখন হেলিকপ্তাৰ সন্ধানহীন হৈ আছিল। বান সাহাৰ্য দিবলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত হয় পাকিস্তানী সেনাৰ হেলিকপ্টাৰ খন । বেলুচিস্তানৰ লাচাবেলা অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈ…

গুজৰাটত যাত্ৰীবাহী বাছ বাগৰি মৃত্যু দুজনৰ, আহত ৪৬ জন লোক

নিশা গুজৰাটৰ দাং জিলাত সংঘটিত হয় পথ দুৰ্ঘটনা । উক্ত পথ দুৰ্ঘটনাতটোত প্ৰাণ হেৰুৱালে দুগৰাকীকৈ মহিলা যাত্ৰীয়ে । আনহাতে আঘাতপ্ৰাপ্ত হয় ৪৬ গৰাকীকৈ ব্যক্তি । গুজৰাটৰ দাং জিলাৰ মালেগাঁৱৰ সমীপত এটা খাৱৈত বাগৰি পৰিছিল বাছখন । চুৰাট গৰ্বা গোটৰ পৰা…

প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ বাবে অমৰনাথ যাত্ৰা স্থগিত ৰখা হৈছে ।

প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ বাবে অমৰনাথ যাত্ৰা স্থগিত ৰখা হৈছে । জম্মুৰ পৰা দক্ষিণ কাশ্মীৰ হিমালয়ৰ ৩,৮৮০ মিটাৰ ওখ গুহাত অৱস্থিত মন্দিৰৰ আধাৰ শিবিৰলৈ কোনো নতুন দলক যাবলৈ অনুমতি দিয়া হোৱা নাই বুলি জানিব পৰা গৈছে । ইতিমধ্যেই ডাৱৰ বিস্ফোৰণৰ ফলত…

অমৰনাথ লৈ যোৱা তীৰ্থযাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত

 ৷ জম্মুৰ পৰা কাশ্মীৰলৈ তীৰ্থযাত্ৰী লৈ যোৱা এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বানিহালৰ শ্বেৰবিবি অঞ্চলত ঘাইপথৰ পৰা বাগৰি পৰে ৷ এই দুৰ্ঘটনাত আহত হয় চাৰিগৰাকী তীৰ্থযাত্ৰী | আহতসকলক উত্তৰ প্ৰদেশৰ কুন্দন কুমাৰ (56), ছত্তীশগড়ৰ বিনয়…