আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Category

Uncategorized

ডিজনী+ হটষ্টাৰৰ নতুন মুৰব্বী নিযুক্তি

ভাৰতৰ আগশাৰীৰ ষ্ট্ৰীমিং সেৱা, Disney's International Content and Operations য়ে সাজিথ শিৱানন্দনক ইয়াৰ কাৰ্যবাহী উপ-সভাপতি আৰু ডিজনী+ হটষ্টাৰৰ মুৰব্বী হিচাপে নিযুক্তি দিছে। পূৰ্বতে গুগলৰ বাবে কাম কৰা শিৱানন্দনে অক্টোবৰত ডিজনী+…

চিন্তিত মমতা, অৰবিন্দ! বিশ্বৰ ১০ প্ৰদূষিত মহানগৰীৰ তালিকাত ভাৰতৰ দিল্লী আৰু কলকাতা…

ক্ৰমাৎ বৃ্দ্ধি পাইছে পৰিৱেশ প্ৰদূষণ।আমেৰিকাৰ হেলথ এফেক্ট ইনষ্টিটিউটে চলোৱা এক সমীক্ষাত ওলাইছে ভয়ংকৰ তথ্য। উক্ত তথ্য অনুসৰি বিশ্বৰ বিভিন্ন মহানগৰৰ লগতে ব্যাপক হাৰত প্ৰদূষণ বৃদ্ধি পাইছে ভাৰতৰ ৰাজধানী দিল্লী আৰু কলকাতা মহানগৰীত। বিশ্বৰ…

পুণৰ এ পি এছ চি কেলংকাৰীঃ দুজনলৈ জাননী প্ৰদান বিপ্লৱ শৰ্মাৰ তদন্ত আয়োগৰ…

অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ নতুন মোৰ ৷ শেহতীয়াকৈ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক বিভা শৰ্মালৈ প্ৰেৰণ কৰা হৈছে জাননী ৷ সংবাদ মাধ্যমক এই কথা জানিবলৈ দি ন্যায়াধীশ শৰ্মাই কয়…

লোকসভাই ৩ আগষ্টত কেন্দ্ৰীয় বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক ২০২২ গৃহীত কৰে

লোকসভাই ৩ আগষ্টত কেন্দ্ৰীয় বিশ্ববিদ্যালয় (সংশোধনী) বিধেয়ক ২০২২ গৃহীত কৰে। বিধেয়কখনে কেন্দ্ৰীয় বিশ্ববিদ্যালয় আইন, 2009 সংশোধন কৰে, য'ত বিভিন্ন ৰাজ্যত কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ, বিধেয়কখনে গতি শক্তি…

ভাৰতীয় ৰাজনীতিৰ দলীয় ব্যৱস্থাত আঞ্চলিক দলৰ অস্তিত্ব

আঞ্চলিক দলৰ অস্তিত্ব ভাৰতীয় দলীয় ব্যৱস্থাৰ এটি অন্যতম বৈশিষ্ট্য| ১৯৬৭ চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে আন আন ৰাজনৈতিক দলৰ প্ৰত্যাহ্বানৰ সম্মুখীন হয় আৰু সেই সময়ৰ পৰাই ভাৰতৰ বিভিন্ন প্ৰান্তত আঞ্চলিক দলৰ আৱিৰ্ভাৱ হোৱাৰ পথ সুগম হয় বুলি কব…

অসমীয়া সাহিত্যৰ বিশিষ্ট স্ৰষ্টা অতুলানন্দ গোস্বামীৰ দেহাৱসান

অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট স্ৰষ্টা অতুলানন্দ গোস্বামীৰ দেহাৱসান ।সাহিত্য অকাডেমী প্ৰাপক সাহিত্যিক গৰাকীয়ে আজি পুৱা ৫.১৫ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে । অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ, ঔপন্যাসিক…

এইবাৰ মেথি গুটিয়ে বছাব নোৱাৰিলে পংকজ পাঠকক

 অৱশেষত গৌমূত্ৰ বিশেষজ্ঞ স্বয়ম্ভু পংকজ পাঠকক গ্ৰেপ্তাৰ |  বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰৰ পৰা যোৱানিশা গ্ৰেপ্তাৰ কৰা হয় পংকজ পাঠকক  ৷ নাৰীসমাজ আৰু বিশেষকৈ এগৰাকী মহিলা সাংবাদিকক অশালীন মন্তব্য কৰাৰ অভিযোগত পংকজ পাঠকৰ বিৰুদ্ধে কেইবাটাও…

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল জগদীপ ধনখৰৰ

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰাক্তন ৰাজ্যপাল জগদীপ ধনখৰৰ ।ধনখৰৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সৰ্বভাৰতীয়…

বিশ্ব এদিনীয়া ক্ৰিকেটত শৃংখলা দখল ভাৰতৰ ।

বিশ্ব এদিনীয়া ক্ৰিকেটত শৃংখলা দখল ভাৰতৰ । লণ্ডনত আয়োজিত বিশ্ব এদিনীয়া শৃংখলাত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰি নিজৰ নামত দশল কৰিবলৈ সক্ষম হয় । ২-১ ৰ ব্যৱধানত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰি শৃংখলাটি দখল কৰে । প্ৰথম খন মেছত ভাৰতে ৰোমাঞ্চক জয় লাভ কৰি…

ডোডাত চূৰ্ণ-বিচূৰ্ণ সদাশিৱৰ মূৰ্তি উদ্ধাৰ

জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ মাৰ্মত তেহচিলৰ চোকা মণি-মহেশ বুলি জনাজাত ৰাম-ৰাস্না এলেকাত শিৱৰ মূৰ্তি এটা চূৰ্ণ-বিচূৰ্ণ অৱস্থাত উদ্ধাৰ হৈছে। মুকলিত থকা শিৱৰ মূৰ্তিটো সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ ষড়যন্ত্ৰৰে ধ্বংস কৰা বুলি আশংকা কৰা হৈছে। ডোডা…