আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Category

অৰ্থনীতি

ভাৰতলৈ আহি আছে ২০ হাজাৰ কোটি টকীয়া ‘বিক্ৰান্ত’ !!!

ভাৰতৰ প্ৰথমখন থলুৱা প্ৰযুক্তিৰে নিৰ্মিত বিমান বাহক 'বিক্ৰান্ত' ভাৰতীয় নৌসেনাৰ হাতত আনুষ্ঠানিক ভাৱে হস্তান্তৰ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰী মোডীয়ে অহা ২ ছেপ্তেম্বৰত আনুষ্ঠানিক ভাৱে এই জাহাজখন ভাৰতীয় নৌসেনাক হস্তান্তৰ…

দিল্লীৰ জন্তৰ মন্তৰত আজি কৃষকৰ প্ৰতিবাদ…..

পুনৰ ৰাজপথলৈ আহিছে কৃষক সমাজ৷ দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদত অংশ ল’ব কৃষকে৷ যদিও উক্ত আন্দোলন বাতিল কৰা হৈছিল যদিও, চৰকাৰে দিয়া কোনো প্ৰতিশ্ৰুতি বৰ্তমানলৈ পালন কৰা হোৱা নাই। সেয়ে কৃষকসকলে আজি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদৰ আহ্বান জনাইছে।…

আজি অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা……..

ৰাজ্যত আজি অনুষ্ঠিত হ’ব চতুর্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা সমূহ। পুৱা ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব প্ৰথম ভাগৰ পৰীক্ষা। আৰু ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ দ্বিতীয় ভাগৰ নিযুক্তি পৰীক্ষা।…

বিতৰ্কত সাঙোৰ ডলো-৬৫০,….

কৰোনা মহামাৰীৰ সময়ত বেছিকৈ ব্যৱহৃত হোৱা ঔষধ ডলো-৬৫০ হৈছে ভাৰতৰ এক নিজস্ব ব্ৰেণ্ড। এই ঔষধবিধ নিৰ্মাতাসকলে চিকিৎসকসকলক প্ৰায় ১ হাজাৰ কোটি টকা প্ৰদান কৰাৰ অভিযোগ ৰখাৰ পিছত শিৰোনাম দখল কৰে ডলো-৬৫০ নিমৰ ঔষধ বিধে, উল্লেখ্য যে এই…

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ গৃহত চিবিআইৰ অভিযান…..

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহত উপস্থিত চিবিআইৰ দল । দিল্লী চৰকাৰৰ নতুন আবকাৰী নীতিৰ দুৰ্নীতি সম্পৰ্কীয় এক গোচৰৰ ভিত্তিতে চিবিআইয়ে আৰম্ভ কৰিছে উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযান । উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত কথা টুইটযোগে…

পাকিস্তানত সামৰিক চকী স্থাপন কৰিব চীনে

দক্ষিণ এছিয়াত ভাৰতক প্ৰত্যাহ্বান জনাবলৈ সকলোধৰণৰ কূট-কৌশল তথা প্ৰচেষ্টা হাতত লৈছে চীনে। শ্ৰী লংকাৰ হম্বনটোটা বন্দৰলৈ চীনে এখন চোৰাংচোৱা জাহাজ প্ৰেৰণ পিছত এইবাৰ দেশখনে পাকিস্তানলৈ সৈন্য প্ৰেৰণ কৰাৰ যো-জা চলাইছে। পাকিস্তান,…

সমীৰ ৱাংখেড়েৰে গোচৰ তৰিলে এনচিপি নেতা নৱাব মালিকৰ বিৰুদ্ধে

মুম্বাই নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰ’ৰ প্ৰাক্তন সঞ্চালক প্ৰধান সমীৰ ৱাংখেড়েই ১৪ আগষ্টত গোৰেগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে প্ৰাক্তন মন্ত্ৰী তথা এনচিপি নেতা নৱাব মালিকৰ বিৰুদ্ধে । উক্ত গোচৰ সন্দৰ্ভত দাখিল কৰা এজাহাৰত এজন দলিত…

৭৬ বছৰীয়া হ’ল ভাৰতীয় ‘মুদ্ৰা’

দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস সমান্তৰালকৈ ভাৰতীয় টকায়ো ভৰি দিলে ৭৬ বছৰত। দেশৰ প্ৰত্যেকটো উত্থান পতনৰ সাক্ষী হ'ল ভাৰতীয় মুদ্ৰা ‘টকা’। দেশৰ উন্নতিৰ লগে লগে ক্ৰমান্বয়ে বাঢ়ি গ’ল ডলাৰৰ বিপৰীতে টকাৰ মূল্য । ভাৰতৰ দৰে এখন বিশাল দেশৰ মূল…

আকাছা এয়াৰৰ প্ৰতিষ্ঠাপক ৰাকেশ ঝুনঝুনৱালাৰ দেহাৱসান

দেশৰ শীৰ্ষ বিনিয়োগকাৰী তথা আকাছা এয়াৰৰ প্ৰতিষ্ঠাপক ৰাকেশ ঝুনঝুনৱালাৰ দেহাৱসান । দেওবাৰে পুৱা ৬২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে এই বিশিষ্ট উদ্যোগপতিগৰাকীয়ে । মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে ঝুনঝুনৱালাই । যোৱা…

বন্ধ হ’ব জনছন বেবী পাউদাৰ…

ঘৰত শিশু জন্ম হ’লেই এটা চিনাকি নাম হৈ পৰে জনছন বেবী প্ৰডাক্ত। আমেৰিকা আৰু কানাডাত ২০২০তেই ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল এই পাউদাৰ বিধৰ । আৰু ২০২৩ত সমগ্ৰ বিশ্বতেই ইয়াৰ বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোম্পেনীটোৱে। এই পাউদাৰ…