আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Category

বানপানী

অমৰনাথৰ ডাৱৰ বিস্ফোৰণ,বৰ্তমানলৈ মৃত্যু 16 গৰাকী তীৰ্থ যাত্ৰীৰ

অমৰনাথত সংঘটিত হৈছে ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা ৷ শুকুৰবাৰে সন্ধিয়া 5.30 বজাত গান্দেৰবাল জিলাত অমৰনাথ তীৰ্থযাত্ৰাৰ বাবে আধাৰ শিবিৰ থকা বালতাল অঞ্চলত সংঘটিত হয় এই ডাৱৰ বিস্ফোৰণ ৷ ডাৱৰ বিস্ফোৰণৰ পিছতে অঞ্চলটোত সৃষ্টি হয় প্ৰবল বানৰ ।…

ছিপাঝাৰত ৰাইজে শ্ৰম দান কৰি মেৰামতি কৰিলে বানে বিধ্বস্ত কৰা পথ

ছিপাঝাৰত ৰাইজে শ্ৰম দান কৰি মেৰামতি কৰিলে বানে বিধ্বস্ত কৰা পথ সলপাম গাঁওবাসীয়ে মেৰামতী কৰিলে লোক্ৰৰাই পঞ্চায়তৰ অন্তৰ্গতঢেকিপাৰা পৰা মিনমহল হৈ সলপাম সংযোগী পথছোৱা । ছিপাঝাৰৰ বিধায়ক পৰামনন্দ ৰাজবংশীৰ সহযোগ কৰিলে শ্ৰমদান কৰা ৰাইজক শ্ৰমদান…

চাপৰৰ পাৰ্শ্বৱৰ্তী এলেকাত বান সাহায্য বিতৰণ

চাপৰৰ পাৰ্শ্বৱৰ্তী এলেকাত বান সাহায্য বিতৰণ। বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ RURAL WELFARE SOCIETY নামৰ এটা NGO ৰ। এক হাজাৰ পৰিয়ালৰ মাজত বিতৰণ কৰিলে চাউল,ডাইল,বুট,আটা। বন্যৰ্থৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি হাঁহি বিৰিঙিলে NGO টোৰ…

ৰাইজৰ গাঁঠিৰ ধনেৰে ছিগি যোৱা মথাউৰিত বাঁহৰ সাকো ।

কামৰূপ জিলাৰ হাজো সমষ্টিৰ ১০২ নং বঙালপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত তাপাবড়ী গাঁৱত বানপানীত ছিগি যোৱা মথাউৰিৰ ওপৰেৰে যাতায়ত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। সেয়ে তাপাবড়ী গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে কোনো মতে যাতায়ত কৰিবলৈ…

আমিনগাঁওত আছুৰ বিক্ষোভ কাৰ্যসূচী

অসমৰ বানপানী গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই আমিনগাঁওত এই " বিক্ষোভ " কাৰ্যসূচী ৰূপায়ন কৰে||| প্ৰতিবাদ স্থলীত প্ৰতিবাদকাৰী সকলে- বান গৰাখহনীয়াক…

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম আৰক্ষী সেৱা বিষয়া সন্থাৰ আৰ্থিক সাহায্য

বিগত সময়চোৱাত অসমৰ বিভিন্ন প্ৰান্তত হোৱা বানপানী, আৰু প্ৰাকৃতিক দুৰ্যোগত বহু লোক ক্ষতিগ্ৰস্ত হৈছে, দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ সাহায্য প্ৰদান কৰিছে অসম আৰক্ষী সেৱা বিষয়া সন্থাই। সন্থাটোৰ সভাপতি হেমন্ত দাস আৰু সম্পাদক দেৱাশিস…