আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Category

প্ৰযুক্তি

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ‘অটল দলং’……

শনিবাৰে অৰ্থাৎ আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব গুজৰাটৰ আহমেদাবাদ স্থিত সাবৰমতী নদীত পথচাৰী সকলৰ বাবে ”অটল দলং ”। প্ৰধানমন্ত্ৰীয়ে আজি দুদিনীয়া ভ্ৰমণসূচীৰে নিজৰ গৃহ ৰাজ্যত উপস্থিত হ’ব। উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী…

চাংসাৰি এইমছত আৰম্ভ হ’ব এম.বি.বি.এছৰ পাঠ্যক্ৰম……

অসমবাসীৰ বাবে অতিকৈ সুখবৰ। উত্তৰ গুৱাহাটীৰ চাংসাৰীত নিৰ্মাণ কৰা সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছত এই বৰ্ষৰ পৰাই আৰম্ভ হ’ব এম বি বি এছৰ পাঠ্যক্ৰম । এই পাঠ্যক্ৰমৰ প্ৰথম বছৰত গুৱাহাটীৰ এইমছত নাম ভৰ্তি কৰিব ১০০ গৰাকী…

ভাৰতলৈ আহি আছে ২০ হাজাৰ কোটি টকীয়া ‘বিক্ৰান্ত’ !!!

ভাৰতৰ প্ৰথমখন থলুৱা প্ৰযুক্তিৰে নিৰ্মিত বিমান বাহক 'বিক্ৰান্ত' ভাৰতীয় নৌসেনাৰ হাতত আনুষ্ঠানিক ভাৱে হস্তান্তৰ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰী মোডীয়ে অহা ২ ছেপ্তেম্বৰত আনুষ্ঠানিক ভাৱে এই জাহাজখন ভাৰতীয় নৌসেনাক হস্তান্তৰ…

এল এই চিত নামিবৰ জৱাহিৰিক হত্যা কৰা ড্ৰোন……

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা , চমুকৈ এল এ চিত চীনৰ অহৰহ ভাবুকি প্ৰতিৰোধ কৰাৰ লগতে চীনা সৈন্যৰ ওপৰত চকু ৰখাৰ উদ্দেশ্যে ভাৰতে অচিৰেই ক্ৰয় কৰিব এম কিউ ৯ বি শ্ৰেণীৰ ড্ৰোন। প্ৰায় ৩০খন এনে ড্ৰোন ক্ৰয় কৰিবলৈ আমেৰিকাৰ সৈতে চুক্তি পাশত…

কেলিফ’ৰ্ণিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা…..

মাজ আকাশতে সংঘটিত হল এক ভয়ংকৰ দুৰ্ঘটনা, দুখন বিমানৰ মুখামুখি সংঘৰ্ষৰ ফলত বহু লোকৰ মৃত্যু আমেৰিকা যুক্তৰাষ্ট্ৰ কেলিফৰ্ণিয়া বিমানবন্দৰত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা । মাজ আকাশতে দুখন বিমানৰ মুখামুখি সংঘৰ্ষ। যাৰ ফলত মৃত্যু হৈছে বহু…

ভাৰতত নিষিদ্ধ হ’ল ৭টা ভাৰতীয়, ১টা পাকিস্তানী ইউটিউব চেনেল..

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰতৰ নিৰাপত্তা প্ৰভাৱিত কৰা বিষয়বস্তু পোষ্ট কৰাৰ বাবে নিষিদ্ধ কৰিলে ৮ টা ইউটিউব চেনেল । তেওঁলোকৰ বিৰুদ্ধে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা, আইন-শৃংখলা আৰু বৈদেশিক সম্পৰ্ক প্ৰভাৱিত কৰা সামগ্ৰী পৰিৱেশন কৰাৰ উত্থাপন…

৩৯ জন জোৱান কঢ়িয়াই নিয়া সেনাৰ বাহন বাগৰিল নদীতঃ ৭ জনৰ থিতাতে মৃত্যু, সংকটজনক আন বহুজন…

জম্মু-কাশ্মীৰত নদীত পৰিল নিৰাপত্তা বাহিনীৰ জোৱান কঢ়িওৱা বাছ । উক্ত দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে ৭ সেনা জোৱানৰ । লগতে , আহত হৈছে আন কেবাজনো জোৱান। উক্ত বাছখনত মুঠ ৩৭ জন জোৱান আছিল বুলি জানিব পৰা গৈছে । ইতিমধ্যে তীব্ৰগতিত আৰম্ভ হৈছে…

২২০ ফুট দীঘল ত্ৰিৰংগা উৰিব নিউয়ৰ্কৰ হাডছন নৈৰ ওপৰত

ভাৰতৰ স্বাধীনতা লাভৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ গোটেই দেশতে ব্যাপক প্ৰস্তুতি চলি থকাৰ সময়তে আমেৰিকাটো ইয়াৰ আয়োজন পূৰ্ণ গতিত চলিছে। স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়তে আমেৰিকাৰ নিউয়ৰ্ক চহৰত হাডছন নৈৰ ওপৰেৰে খাদীৰে নিৰ্মিত ২২০ ফুট দীঘল…

কাশ্মীৰত ভয়ংকৰ গুলীয়াগুলী, শ্বহীদ তিনি ভাৰতীয় সেনা

কাশ্মীৰ স্থিত ৰাজৌৰীৰ দৰহাল অঞ্চলৰ পাৰগালত থকা সেনা শিবিৰৰ বেৰ পাৰ হ’বলৈ চেষ্টা কৰিছিল সন্ত্ৰাসবাদীয়ে । তেতিয়াই সংঘটিত হয় এই গুলীচালনাৰ ঘটনা । পুনৰ জম্মু-কাশ্মীৰত সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ ৰাজৌৰীৰ দৰহাল অঞ্চলৰ পাৰগালত থকা সেনা শিবিৰৰ…

হৰ ঘৰ ত্ৰিৰংগা

হৰ ঘৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ বাবে দেশবাসীক উদ্বুদ্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ কাৰ্যসূচী। দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপুৰ্তি উদযাপনৰ লগত সংগতি ৰাখি নিজৰ নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ বাবে দেশবাসীক…