আপোনাৰ মঞ্চ, আপোনাৰ কন্ঠ
Browsing Category

ক’ভিড

কোৰোণাৰ নতুন ভেৰিয়েণ্ট উদ্ভাৱন! ভাৰতত ২৪ ঘণ্টাত আক্ৰান্ত ১৮,২৫৭জন, মৃত্যু ৪২জনৰ।

বিগত কেইবাদিনোৰ তুলনাত দেওবাৰে ভাৰতত কমিল কোভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ১৮,২৫৭জন। বৰ্তমান ভাৰতত সংক্ৰমণৰ মুঠ সংখ্যা ৪৩,৬২২,৬৫১জন। শনিবাৰে দেশত কোভিডত ১৮,৮৪০জন লোক আক্ৰান্ত হৈছিল। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য…

দেশৰ লগতে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যতো কʼভিডত আক্ৰান্ত লোকৰ সংখ্যা।

দেশৰ লগতে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যতো কʼভিডত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ২,৬২৫ জন লোকৰ কʼভিড পৰীক্ষা সম্পন্ন কৰা হৈছে। শুক্ৰবাৰে ৰাজ্যখনৰ ২৯৪ জন লোকৰ দেহত কʼৰনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । ইয়াৰে ৯২ জনেই হৈছে কামৰূপ…

সম্প্ৰতি কেনে আছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী?

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ছোনিয়া গান্ধীক ১২ জুনত গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেওঁৰ নাকৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল।হাস্পতালত ভৰ্তিৰ পাছত তেওঁৰ তলৰ শ্বাসনলীত ভেঁকুৰৰ সংক্ৰমণো ধৰা পৰিছিল। তেওঁক বৰ্তমান শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ…

ৰাজ্যত পুনৰ ক’ভিডৰ উকমুকনি

দেশৰ কেইবাখনো ৰাজ্যৰ লগতে শেহতীয়াকৈ অসমতো ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে । বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ২১ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে । চৰকাৰী তথ্য মতে বুধবাৰৰ দিনটোত ৰাজ্যখনত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৫৪ জনলৈ বৃদ্ধি পাইছে ।…